Maya Lyrics : sung by Bhargav Pall. The Assamese song “Maya” lyrics is written by Abhinava Nath and music is produced by Poketo.
- Maya Song Info/Credits :
- Assamese Song : Maya
- Singer : Bhargav Pall
- Music Producer : Poketo
- Lyrics : Abhinava Nath
- Mix & Master : Bhaskar Opswel
Maya Lyrics
মোৰ হৃদয়ৰে বিৰহি জোনাক
কবিতাৰ ছন্দে স্নিগ্ধ অনুৰাগ
কিয় অজানিতে চিকিমিকি তৃষা
আঁকি নয়নতে নানাৰঙী আশা
হেঁপাহে দিয়া শব্দৰ ছায়াত
উমলিব দিয়া অমানিশাত
মৰমে সনা তৰালী নিশাত
জিলিকি থকা মোৰে জিঞা
মোৰ হৃদয়ৰে বিৰহি জোনাক
কবিতাৰে ছন্দে স্নিগ্ধ অনুৰাগ
কিয় অজানিতে চিকিমিকি তৃষা
আঁকি নয়নতে নানাৰঙী আশা
বৈ যোৱা মায়াৰ ধৰাত
বাখৰ হিয়াৰ আল্পনাত
হৈ আহা সুৰৰ কায়াত
নীলিম সপোন ভালপোৱাৰ
অজলা পখীতি হৈ লবাহি জিৰণি ঐ
তমসা বুকুতে লৈ ন’ৰবা উদাসী হৈ
অজলা পখীতি হৈ লবাহি জিৰণি ঐ
তমসা বুকুতে লৈ ন’ৰবা উদাসী হৈ
হেঁপাহে দিয়া শব্দৰ ছায়াত
উমলিব দিয়া অমানিশাত
মৰমে সনা তৰালী নিশাত
জিলিকি থকা মোৰে জিঞা
এতিয়া তুমিয়েই প্ৰেৰণা
তোমাতেই বিলীন মোৰ সাধনা
Maya Song Video