Milonor Muruli Lyrics : sung by Zubeen Garg & Zublee Baruah. The Assamese song “Milonor Muruli” lyrics is written by Danish and music by Dorxon.
- Milonor Muruli Song Info/Credits :
- Assamese Song : Milonor Muruli
- Singer : Zubeen Garg, Zublee Baruah
- Music : Dorxon
- Lyrics : Danish
Milonor Muruli Lyrics
কি ৰঙে ৰূপে মনৰ নাচোনতে
নূপুৰ বাজিছে আজি
মোৰ কুঁহি পাতে ফলি মেলি দিয়ে
সুখৰ কৰি যা বেলি
মিলনৰে মুৰুলী মোৰ
বেদনাতে দূৰলে উৰি যোৱা তুমি
বুকুৰ আপোন
লাজুকী ওৰনিতে জোন
জিলিকি ৰোৱা ভনী
শাৰদী ৰাতি চকুলো কৰুণ
সোণ থমকি ৰয় পোহৰ যাতনা সিচি
খোজ পদূলি তে ৰিঙা মেলিছো আহি
মৰমৰে আকৰ তুমি পৃথিৱী
পলকতে দূখৰ চাদৰে ধাকি
যোৱা বাতে বিদায় বিলোৱা
আলসুৱা মিচা যেন সপোন
কি ৰঙে ৰূপে মনৰ নাচোনতে
নূপুৰ বাজিছে আজি
মোৰ কুঁহি পাতে ফলি মেলি দিয়ে
সুখৰ কৰি যা বেলি
Milonor Muruli Song Video