Mur Minoti Lyrics : sung by Jayanta Hazarika and the song “Mur Minoti” lyrics is written by Nirmal Prabha Bordoloi.
- Mur Minoti Song Info/Credits :
- Assamese Song : Mur Minoti
- Singer : Jayanta Hazarika
- Lyrics : Nirmal Prabha Bordoloi
Mur Minoti Lyrics in English
Mur Minoti Tora Hoi Jodi
Tumar Aakakh Subo
Mur Eei Gaan Jodi Xhur Hoi
Mur Eei Gaan Jodi Xhur Hoi
Tumar Bonot Robo..
Mur Minoti Tora Hoi Jodi
Tumar Aakakh Subo
Mur Eei Gaan Jodi Xhur Hoi
Mur Eei Gaan Jodi Xhur Hoi
Tumar Bonot Robo..Mur Minoti
Tora Hoi Jodi Tumar Aakakh Subo
Music………………….
Mur Eei Kotha Jodi Xhur Hoi
Mur Eei Xhur Jodi Jun Hoi
Mur Eei Kotha Jodi Xhur Hoi
Mur Eei Xhur Jodi Jun Hoi
Hei June Junak Juanli Mayare
Horu Hurungare, Hei June Huna
Juanli Mayare Horu Hurungare
Mone Mone Goi
Tumar Mukhote Robo
Moi Nathakile Hajor Torai
Murei Kothake Kobo
Moi Nathakile Hajor Torai
Murei Kothake Kobo
Mur Minoti Tora Hoi Jodi
Tumar Aakakh Subo
Mur Eei Gaan Jodi Xhur Hoi
Mur Eei Gaan Jodi Xhur Hoi
Tumar Bonot Robo..Mur Minoti
Tora Hoi Jodi Tumar Aakakh Subo
Mur Minoti Lyrics in Assamese
মোৰ মিনতি তৰা হৈ যদি
তোমাৰ আকাশ চুব’
মোৰ এই গান যদি সুৰ হয়
মোৰ এই গান যদি সুৰ হয়
তোমাৰ বনত ৰ’ব..
মোৰ মিনতি তৰা হৈ যদি
তোমাৰ আকাশ চুব’
মোৰ এই গান যদি সুৰ হয়
মোৰ এই গান যদি সুৰ হয়
তোমাৰ বনত ৰ’ব..
মোৰ মিনতি তৰা হৈ যদি
তোমাৰ আকাশ চুব’
Music………………..
মোৰ এই কথা যদি যদি সুৰ হয়
মোৰ এই সুৰ যদি জুন হয়
মোৰ এই কথা যদি যদি সুৰ হয়
মোৰ এই সুৰ যদি জুন হয়
সেই জুনে জোনাক জোনালি মায়াৰে
সৰু হুৰুঙাৰে, সেই জুনে শুনা
জোনালি মায়াৰে সৰু হুৰুঙাৰে
মনে মনে গৈ তোমাৰ মুখতে ৰ’ব
মই নাথাকিলে হাজৰ তৰাই
মোৰেই কথাকে ক’ব
মই নাথাকিলে হাজৰ তৰাই
মোৰেই কথাকে ক’ব
মোৰ মিনতি তৰা হৈ যদি
তোমাৰ আকাশ চুব’
মোৰ এই গান যদি সুৰ হয়
মোৰ এই গান যদি সুৰ হয়
তোমাৰ বনত ৰ’ব..
মোৰ মিনতি তৰা হৈ যদি
তোমাৰ আকাশ চুব’
Mur Minoti Song Video