Ostitwo Lyrics : sung by A Vibe. The Assamese song “Ostitwo” lyrics is written by Abhinava Nath and music by Poketo.
- Ostitwo Song/Info :
- Assamese Song : Ostitwo
- Singer : A Vibe
- Music : Poketo
- Lyrics : Abhinava Nath
- Mix & Master : Bhaskar Opswel
Ostitwo Lyrics
অচিনা এই পৃথিৱী
নিজন মোৰ কোঠালি
অচিনা এই পৃথিৱী
নিজন মোৰ কোঠালি
বিচাৰো মই তোমাৰেই মুখনি
বিচাৰো মই তোমাৰেই মুখনি
উমি উমি জ্বলে মুকুতা এমুঠি
উৰি উৰি ভাঁহে সুৰেৰে ৰ’দালি
উনমাদিনী এই ৰাতি
শুনা মোৰেই কাহিনী
নিৰিবিলি কাৰ উচুপনি
ভাষাৰে লিখি ধেমালি
উনমাদিনী এই ৰাতি
শুনা মোৰেই কাহিনী
নিৰিবিলি কাৰ উচুপনি
ভাষাৰে লিখি ধেমালি
বিচাৰো মই তোমাৰেই মুখনি
বিচাৰো মই তোমাৰেই মুখনি
জিলিকি আছে আকাশত
আজি তৰা এটি দুটি
নীৰৱে কান্দে অসীমত
আহি মোৰ ৰজনী,
মন আজি, তোমাৰেই ভাবনাতে অনুৰাগী
মন আজি, তোমাৰেই ভাবনাতে অনুৰাগী
অচিনা এই পৃথিৱী
নিজন মোৰ কোঠালি
অচিনা এই পৃথিৱী
নিজন মোৰ কোঠালি
বিচাৰো মই তোমাৰেই মুখনি
বিচাৰো মই তোমাৰেই মুখনি
Ostitwo Song Video