Ostitwo Lyrics – A Vibe

Ostitwo Lyrics : sung by A Vibe. The Assamese song “Ostitwolyrics is written by Abhinava Nath and music by Poketo.

  • Ostitwo Song/Info :
  • Assamese Song : Ostitwo
  • Singer : A Vibe
  • Music : Poketo
  • Lyrics : Abhinava Nath
  • Mix & Master : Bhaskar Opswel

Ostitwo Lyrics

অচিনা এই পৃথিৱী
নিজন মোৰ কোঠালি
অচিনা এই পৃথিৱী
নিজন মোৰ কোঠালি

বিচাৰো মই তোমাৰেই মুখনি
বিচাৰো মই তোমাৰেই মুখনি

উমি উমি জ্বলে মুকুতা এমুঠি
উৰি উৰি ভাঁহে সুৰেৰে ৰ’দালি

উনমাদিনী এই ৰাতি
শুনা মোৰেই কাহিনী
নিৰিবিলি কাৰ উচুপনি
ভাষাৰে লিখি ধেমালি

উনমাদিনী এই ৰাতি
শুনা মোৰেই কাহিনী
নিৰিবিলি কাৰ উচুপনি
ভাষাৰে লিখি ধেমালি

বিচাৰো মই তোমাৰেই মুখনি
বিচাৰো মই তোমাৰেই মুখনি

জিলিকি আছে আকাশত
আজি তৰা এটি দুটি
নীৰৱে কান্দে অসীমত
আহি মোৰ ৰজনী,
মন আজি, তোমাৰেই ভাবনাতে অনুৰাগী
মন আজি, তোমাৰেই ভাবনাতে অনুৰাগী

অচিনা এই পৃথিৱী
নিজন মোৰ কোঠালি
অচিনা এই পৃথিৱী
নিজন মোৰ কোঠালি

বিচাৰো মই তোমাৰেই মুখনি
বিচাৰো মই তোমাৰেই মুখনি

Ostitwo Song Video

Ostitwo Song Video