Toi Xuniso Ne Lyrics : sung by Lakhinandan Lahon. The Assamese song “Toi Xuniso Ne” lyrics is written by Sharat Gogoi and the music is produced by Avinav Hazarika lau.
- Toi Xuniso Ne Song /Credits :
- Singer : Lakhinandan Lahon
- Music Producer : Avinav Hazarika lau
- Lyrics : Sharat Gogoi
Toi Xuniso Ne Lyrics
নিশা সুৰ মলয়াত উৰি,
গভীৰ বিমন হৈ গৈ আছে।
চাবি তোৰ নিজান ৰাতি,
কাণতে গৈ বাজিব মোৰ সুৰ উদাসী।
তই শুনিছনে নাই ?
তোৰ বাবে আছোঁ গায়,
তাকেই ভাবি গোটেই ৰাতি।
ভগা চিচাতে মই চাই,
নিজক শান্তনাত পুতি আছোঁ ৰাতি,
গোটেই ৰাতি।
ৰাতিপুৱা উঠি মই বিচাৰিলো হাঁহি,
মুখতে তোৰে ঋতে দিলে এন্ধাৰ সানি।
দৌৰি আছোঁ কামতে পাহৰাৰ আশাতে,
তোৰে যে কৰাল প্ৰেমকে সহজেৰে।
সৰি পৰা শুকান পাতে
দিয়ে সহাৰি,
আকৌ নিশা কিয় জানো,
তোৰ কথা মচিব নোৱাৰি।
Music……………………..
জামিনীৰ যৱনিকাত
তাপিত সুৰে সঘনে মোক আহি,
হিয়াৰ উন্মনাত ৰিক্ত ছবিয়ে
দিয়ে আজি বিমন সানি।
লিখোঁতে কাগজতে
প্ৰতিদিনে পৰে চকুৰেপানী,
ইৰিণত কিয় তোৰ স্মৃতিয়ে
নিয়ে মন মোৰ টানি।
আজি ৰিঙা মোৰ হৃতে বিচাৰিছে
নেহা তোক,
আহি নিৰিবিলি পুঞ্জনক সানি দে
প্ৰীতিৰ সুখ।
তই শুনিছ নে নাই
হ অ অ অ অ।
তোৰ বাবে আছোঁ গায়
হ অ অ অ অ।
তই শুনিছনে নাই,
তোৰ বাবে আছোঁ গায়।
তাকেই ভাবি,
গোটেই ৰাতি।
ভগা চিচাতে মই চাই
নিজক শান্তনাত পুতি আছোঁ
ৰাতি গোটেই ৰাতি।
ৰাতিপুৱা উঠি মই বিচাৰিলো হাঁহি,
মুখতে তোৰে ঋতে দিলে এন্ধাৰ সানি।
দৌৰি আছোঁ কামতে
পাহৰাৰ আশাতে,
তোৰে যে কৰাল প্ৰেমকে সহজেৰে।
Toi Xuniso Ne Song Video