Tulonabiheen Lyrics (তুলনাবিহীন) : sung by Mrityunjoy Kakati. The song is written by Mrityunjoy Kakati and music by Rup.
Tulonabiheen Song Info/Credits :
Assamese Song : Tulonabiheen (তুলনাবিহীন) | ||||
Singer : Mrityunjoy Kakati | ||||
Music : Rup | ||||
Lyrics By : Mrityunjoy Kakati | ||||
Mixed and Mastered By : Rup |
Tulonabiheen Lyrics In Assamese
মোৰ কবিতাতে আজি শব্দৰ নাটনি
উতনুৱা মনক কেনেকৈ দিও মই বুজনি
মোৰ কবিতাতে আজি শব্দৰ নাটনি
উতনুৱা মনক কেনেকৈ দিও মই বুজনি
অনুভূতিবোৰো আহিছে সুৰেৰে নিগৰি
তোমাৰেই ভাৱনাতে সাৰে আছোঁ উজাগৰি
ক’বলে আছে ক’ত কাহিনী
তোমাৰে সৈতে মেলা পাতনি
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তোমাৰেই পৰাই পাতনি
মোৰ প্ৰতিটো হাঁহি
তুমাতেই যে হয় সামৰণি
মোৰ প্ৰতিটো ৰাতি
তোমাৰেই কাৰণে শুৱনি
মোৰ সুৰৰে ৰাগী
তোমাকেই কাষৰতে পালে বাঢ়ে উশাহৰে গতি
এই ফাগুনৰে ৰং সানি তুমি
মোৰ হিয়া কৰিলা জীপাল
এই সৰা পাতে ভৰা ধৰণিও
আজি লাগিছে সেয়াও ৰসাল
এই ফাগুনৰে ৰং সানি তুমি
মোৰ হিয়া কৰিলা জীপাল
এই সৰা পাতে ভৰা ধৰণিও
আজি লাগিছে সেয়াও ৰসাল
ক’বলে আছে ক’ত কাহিনী
তোমাৰে সৈতে মেলা পাতনি
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
Tulonabiheen Song Video