Tumi Tumi Loga Lyrics : sung by David Chandan Gogoi. The Assamese song “Tumi Tumi Loga” lyrics is written by Partha Priyom Gogoi and music by Sayuj Nehal.
- Tumi Tumi Loga Song Info/Credits :
- Assamese Song : Tumi Tumi Loga
- Singer : David Chandan Gogoi
- Music : Sayuj Nehal
- Lyrics : Partha Priyom Gogoi
- Mix & Mastering : Palash Gogoi
- Cast : Bhargav Gogoi, Tuhina Saikia
- Music Label : Dhwani Music
Tumi Tumi Loga Lyrics
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মৰো মৰো
তুমি নাভাবিলে মইও
তোমাৰ কথা ভাবোঁ
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মৰো মৰো
তুমি নাভাবিলে মইও
তোমাৰ কথা ভাবোঁ সৈ
তুমি তুমি লগা কি যে মিঠা ভাল পোৱা
তুমি নহ’লেই হৱ জীৱন আধৰুৱা হ’
তুমি তুমি লগা কি যে মিঠা ভাল পোৱা
তুমি নহ’লেই হৱ জীৱন আধৰুৱা
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মৰো মৰো
তুমি নাভাবিলে মইও তোমাৰ কথা ভাবোঁ
হেঁপাহৰে নদী খন বৈ তোমালে
উশাহ বোৰো গভীৰ হয় তোমাক পাবলে
অ… অ… অ…
হেঁপাহৰে নদী খন বৈ তোমালে
উশাহ বোৰো গভীৰ হয় তোমাক পাবলে
তুমি জানা আসে পাসে তুমি নো থাকা
তুমি ভাবানে বাৰু মোৰেনো কথা
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মৰো মৰো
তুমি নাভাবিলে মইও
তোমাৰ কথা ভাবোঁ
যৌৱনৰে কিনো ভাটি বেলা
সপোনৰে কিনো অগা দেৱা
যৌৱনৰে কিনো ভাটি বেলা
সপোনৰে কিনো অগা দেৱা
আবেগে আবেগে তুমি কাষতে ৰলা
তুমি ভাবানে ৱাৰু মোৰে নো কথা
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মৰো মৰো
তুমি নাভাবিলে মইও
তোমাৰ কথা ভাবোঁ
“কথা : তুমি তুমি লগা ভাবনাবোৰত ,
তোমাকেই বিচাৰি পাওঁ,
তুমি আহিবা মোৰ বুকুলৈ,
মাথো তুমি তুমি হৈ।”
Tumi Tumi Loga Song Video